This is the Trace Id: 8d2bd4909774db9e8e45cd029f6594e8
প্ৰধান বিষয়বস্তুলৈ গুচি যাওক Azure Copilot Windows Surface Xbox Outlook Accessories Microsoft AI Microsoft Security Azure Dynamics 365 Microsoft 365 for business Microsoft Power Platform Windows 365 Developer Center Documentation Microsoft Learn Microsoft Tech Community Microsoft Marketplace Visual Studio Software companies View Sitemap

Microsoft Office প্ৰুফিং সঁজুলিসমূহ 2016 – ইংৰাজী

Microsoft Office প্ৰ'ফিং সঁজুলিসমূহ অতিৰিক্ত ভাষাসমূহত সম্পাদনা সক্ষম কৰে৷

গুৰুত্বপূৰ্ণ! তলত এটা ভাষা চয়ন কৰিলে সম্পূৰ্ণ পৃষ্ঠাৰ সামগ্ৰী সেই ভাষালৈ ডাইনেমিকভাৱে সলনি হ'ব।

  • সংস্কৰণ:

    2016

    প্ৰকাশিত তাৰিখ:

    ১৫-০৭-২০২৪

    ফাইলৰ নাম:

    proofingtools2016_as-in-x86.exe

    proofingtools2016_as-in-x64.exe

    ফাইলৰ আকাৰ:

    1.4 MB

    1.5 MB

    এটা ভাষাৰ কাৰণে আপুনি বানান পৰীক্ষা কৰিব বিচাৰে নেকি যিটো Officeৰ দ্বাৰা স্বয়ংক্ৰিয়ভাবে স্থাপন হোৱা নাছিল?আপুনি সঠিক স্থানত আছে৷ Officeৰ বাবে এই ভাষাত উপলব্ধ প্ৰ'ফিং সঁজুলিসমূহৰ সম্পূৰ্ণ সমষ্টি Microsoft Office প্ৰুফিং সঁজুলিসমূহে অন্তৰ্ভূক্ত কৰে৷ কেৱল স্থাপন কৰক আৰু Office পুনৰ আৰম্ভ কৰক আৰু আপোনাৰ ভাষাৰ বাবে প্ৰ'ফিং সঁজুলিসমূহ আৰম্ভ কৰিবৰ বাবে সাজু৷
  • সমৰ্থিত অপাৰেটিং ছিষ্টেম

    Windows 7, Windows 8, Windows Server 2008 R2

    তলৰ প্ৰ'গ্ৰামসমূহৰ সৈতে এই ডাউনল'ডে কাম কৰে:
    • Microsoft Office Excel 2016
    • Microsoft Office OneNote 2016
    • Microsoft Office Outlook 2016
    • Microsoft Office PowerPoint 2016
    • Microsoft Office Word 2016
  • এইটো স্থাপন কৰিবলৈ ডাউনল’ড কৰক:

    প্ৰুফিং সঁজুলি স্থাপন কৰক:

    1. ডাউনল'ড বুটামটো (ওপৰৰ) ক্লিক কৰি আৰু আপোনাৰ হাৰ্ড ডিস্কত ফাইলটো সংৰক্ষণ কৰি ফাইলটো ডাউনল'ড কৰক।
    2. চেটআপ প্ৰ'গ্ৰেম চলাওক
    3. Microsoft চফটৱেৰ লাইচেন্স চৰ্তসমূহ পঢ়ক পৃষ্ঠাত চৰ্তসমূহ সমীক্ষা কৰক, "Microsoft চফটৱেৰ লাইচেন্স চৰ্তসমূহ গ্ৰহণ কৰিবলৈ ইয়াত ক্লিক কৰক" পৰীক্ষা বাকচ চয়ন কৰক, আৰু তাৰপিছত জাৰী ৰাখক ক্লিক কৰক।
    4. চেট আপ ৱিজাৰ্ডে প্ৰুফিং সঁজুলিসমূহ চলায় আৰু স্থাপন কৰে।
    5. স্থাপন সম্পূৰ্ণ হোৱাৰ পিছত, আপোনাৰ মুক্ত Office এপ্লিকেশ্বনসমূহ ৰিষ্টাৰ্ট কৰক।


    ব্যৱহাৰৰ কাৰণে নিৰ্দেশনাসমূহ:আপুনি সাধাৰণতে কৰাৰ দৰে মাত্ৰ প্ৰুফিং সঁজুলিসমূহ ব্যৱহাৰ কৰক – আপোনাৰ নতুনকৈ স্থাপন কৰা ভাষাৰ কাৰণে আপুনি এতিয়া সেইবোৰ দেখা পাব লাগে। উদাহৰণস্বৰূপে, বানান পৰীক্ষক ব্যৱহাৰ কৰিবলৈ (যদি উপলব্ধ) আপুনি আপোনাৰ প্ৰুফিং ভাষা নতুন ভাষাত ছেট কৰিব পাৰে – সেইটো কেনেকৈ কৰিব লাগে শিকিবলৈ, চাওক ভাষা দণ্ডিকা ব্যৱহাৰ কৰি ভিন্ন ভাষাসমূহৰ মাজত সলনাসলনি কৰি থাকক

    এইটো ডাউনল’ড আঁতৰাবলৈ:
    1. আৰম্ভণি মেনুত, চেটিংচসমূহলৈ পোনাওক আৰু তাৰপিছত নিয়ণ্ট্ৰণ পেনেলত ক্লিক কৰক।
    2. প্ৰ’গ্ৰামসমূহ যোগ কৰক/আঁতৰাওকত দুবাৰ ক্লিক কৰক।
    3. বৰ্তমান স্থাপন কৰা প্ৰগ্ৰামসমূহৰ তালিকাত, Microsoft Office প্ৰুফিং সঁজুলি 2016 – ইংৰাজী চয়ন কৰক আৰু তাৰপিছত স্থাপন ৰদ কৰক, আঁতৰাওক, বা যোগ কৰক/আঁতৰাওকত ক্লিক কৰক। যদি এটা সংলাপ বাকচ প্ৰকট হয়, প্ৰগ্ৰামটো আঁতৰাবলৈ নিৰ্দেশনাসমূহ অনুসৰণ কৰক।
    4. এইটো নিশ্চিত কৰিবলৈ যে আপুনি প্ৰ’গ্ৰামটো আঁতৰাবলৈ বিচাৰিছে হয় বা ঠিক ক্লিক কৰক।


অসমীয়া (ভাৰত)
আপোনাৰ গোপনীয়তা পছন্দসমূহৰ অপ্ট-আউট আইকন আপোনাৰ গোপনীয়তাৰ পছন্দসমূহ
উপভোক্তাৰ স্বাস্থ্য গোপনীয়তা Contact Microsoft Privacy & Cookies Manage cookies Terms of Use Trademarks About our ads