This is the Trace Id: 37e5f9437c213ad682441c350a10746e
প্ৰধান বিষয়বস্তুলৈ গুচি যাওক Azure Copilot Windows Surface Xbox Outlook Accessories Microsoft AI Microsoft Security Azure Dynamics 365 Microsoft 365 for business Microsoft Power Platform Windows 365 Developer Center Documentation Microsoft Learn Microsoft Tech Community Microsoft Marketplace Visual Studio Software companies View Sitemap

Windows Vista ভাষা ইণ্টাৰফেচ পেক

Windows Vista ভাষা ইণ্টাৰফেচ পেকে (LIP) Windows Vista-ৰ বহুল ব্যৱহৃত ক্ষেত্ৰসমূহৰ আংশিকভাৱে স্থানীয়কৃত সংস্কৰণ এটা প্ৰদান কৰে.

গুৰুত্বপূৰ্ণ! তলত এটা ভাষা চয়ন কৰিলে সম্পূৰ্ণ পৃষ্ঠাৰ সামগ্ৰী সেই ভাষালৈ ডাইনেমিকভাৱে সলনি হ'ব।

ডাউনলোড কৰক
  • সংস্কৰণ:

    1.0

    প্ৰকাশিত তাৰিখ:

    ১৫-০৮-২০২১

    ফাইলৰ নাম:

    LIP_as-IN.mlc

    ফাইলৰ আকাৰ:

    2.7 MB

    Windows Vista-ৰ কাৰণে Windows Vista ভাষা ইণ্টাৰফেচ পেকে (LIP) Windows-ৰ বহুল ব্যৱহৃত ক্ষেত্ৰসমূহৰ আংশিকভাৱে অনুদিত সংস্কৰণ এটা প্ৰদান কৰে. LIP স্থাপন কৰাৰ পাছত, ৱিজাৰ্ডসমূহত পাঠ, সংলাপ বাকচ, মেনু, সহায় আৰু সমৰ্থন বিষয়সমূহ, আৰু উপভোক্তা ইণ্টাৰফেচত অন্য আইটেমসমূহ LIP ভাষাত প্ৰদৰ্শিত হ’ব. অনুবাদ নোহোৱা পাঠ Windows Vista-ৰ মূল ভাষাত থাকিব. উদাহৰণস্বৰূপে, যদিহে আপুনি Windows Vista-ৰ কোনো স্পেনিছ সংস্কৰণ ক্ৰয় কৰিছে, তেতিয়া কিছু পাঠ স্পেনিছতে পাব. আপুনি এটাতকৈ অধিক LIP স্থাপন কৰিব পাৰে, যাতে কম্পিউটাৰৰ প্ৰত্যেক উপভোক্তাই তেওঁলোকৰ ইপ্সিত ভাষাত উপভোক্তা ইণ্টাৰফেচ প্ৰদৰ্শন কৰিব পাৰে.
  • সমৰ্থিত অপাৰেটিং ছিষ্টেম

    Windows Vista

    • Microsoft Windows Vista
    • তলৰ ভাষাসমূহত উপভোক্তা ইণ্টাৰফেচ ইংৰাজী, স্পেনিচ, ফৰাচী, ৰুছ, ছাৰ্বি (লেটিন), কোৰিয়া, ন'ৰৱে (ব'কমল)
    • ডাউনল'ডৰ বাবে মুকলি স্থানৰ 4.63 Mb
    • ছেটআপৰ বাবে মুকলি স্থানৰ 15 Mb

    সমৰ্থিত প্লেটফৰ্ম: LIP-এ কেৱল Windows Vista-ৰ 32-বিট সংস্কৰণসমূহতহে কাৰ্য্য কৰিব আৰু Windows-ৰ পূৰ্বৰ সংস্কৰণসমূহত বা Windows Vista-ৰ 64-বিট সংস্কৰণসমূহত স্থাপন কৰিব নোৱাৰি.
    1. ডাউনল'ড আৰম্ভ কৰিবলৈ এই পৃষ্ঠাত ডাউনল'ড কৰক বুটামটোত ক্লিক কৰক বা ড্ৰপ-ডাউন ফৰ্দিৰ পৰা কোনো পৃথক ভাষা পচন্দ কৰক আৰু যাওক ক্লিক কৰক.
    2. নিম্নলিখিত যিকোনো এটা কৰক:
      • তাৎক্ষণিকভাৱে স্থাপনকৰণ আৰম্ভ কৰিবলৈ, খোলক বা ইয়াৰ সম্প্ৰতি অৱস্থানৰ পৰা এই প্ৰ'গ্ৰাম চলাওক-ত ক্লিক কৰক.
      • কোনো পিছৰ সময়ত স্থাপনকৰণৰ বাবে আপোনাৰ কম্পিউটাৰলৈ ডাউনল'ডটো প্ৰতিলিপি কৰিবলৈ, সংৰক্ষণ কৰক বা ডিস্কলৈ এই প্ৰ'গ্ৰাম সংৰক্ষণ কৰক-ত ক্লিক কৰক.
অসমীয়া (ভাৰত)
আপোনাৰ গোপনীয়তা পছন্দসমূহৰ অপ্ট-আউট আইকন আপোনাৰ গোপনীয়তাৰ পছন্দসমূহ
উপভোক্তাৰ স্বাস্থ্য গোপনীয়তা Contact Microsoft Privacy & Cookies Manage cookies Terms of Use Trademarks About our ads