This is the Trace Id: 7510e997c2157674d82a9b49430abd7b
প্ৰধান বিষয়বস্তুলৈ গুচি যাওক Azure Copilot Windows Surface Xbox Outlook Accessories Microsoft AI Microsoft Security Azure Dynamics 365 Microsoft 365 for business Microsoft Power Platform Windows 365 Developer Center Documentation Microsoft Learn Microsoft Tech Community Microsoft Marketplace Visual Studio Software companies View Sitemap

Windows 8 লেংগুৱেজ ইণ্টাৰফেচ পেক (LIP)

Windows 8-ৰ কাৰণে এই লেংগুৱেজ ইণ্টাৰফেচ পেক (LIP) Windows 8-ৰ সৰ্বাধিক ব্যৱহৃত ক্ষেত্ৰৰ কোনো আংশিকভাৱে অনুবাদিত সংস্কৰণ প্ৰদান কৰে৷

গুৰুত্বপূৰ্ণ! তলত এটা ভাষা চয়ন কৰিলে সম্পূৰ্ণ পৃষ্ঠাৰ সামগ্ৰী সেই ভাষালৈ ডাইনেমিকভাৱে সলনি হ'ব।

  • সংস্কৰণ:

    1.0

    প্ৰকাশিত তাৰিখ:

    ১৫-০৬-২০২৩

    ফাইলৰ নাম:

    LIP_as-IN-64bit.mlc

    LIP_as-IN-32bit.mlc

    ফাইলৰ আকাৰ:

    3.6 MB

    2.6 MB

    Windows লেংগুৱেজ ইণ্টাৰফেচ পেকে (LIP) Windows-ৰ বহুল ব্যৱহৃত ক্ষেত্ৰসমূহৰ আংশিকভাৱে অনুবাদ কৰা সংস্কৰণ এটাৰ যোগান ধৰে৷ LIP স্থাপন কৰাৰ পিছত, ৱিজাৰ্ডত পাঠ, সংলাপ বাকচসমূহ, মেনুসমূহ আৰু সহায়তা আৰু সমৰ্থন বিষয়সমূহ LIP ভাষাত প্রদৰ্শিত হ'ব৷ অনুবাদ হৈ নথকা পাঠটো Windows 8-ৰ আধাৰিত ভাষাত থাকিব৷ উদাহৰণ স্বৰূপে, আপুনি যদি Windows 8-ৰ স্পেনিচ সংস্কৰণ ক্ৰয় কৰে আৰু কেটেলেন LIP স্থাপন কৰে, কিছু পাঠ স্পেনিচত থাকিব৷ আপুনি কোনো একক বুনিয়াদী ভাষাত এটাতকৈ অধিক LIP স্থাপন কৰিব পাৰিব৷ Windows LIPs Windows 8-ৰ সকলো সংস্কৰণতে স্থাপন কৰিব পৰা যাব৷
  • সমৰ্থিত অপাৰেটিং ছিষ্টেম

    Windows 8

    • ছিষ্টেম আৱশ্যকতাসমূহৰ বাবে, ইয়াত ক্লিক কৰক

    • প্ৰি-ইনষ্টলেশ্বনৰ নিৰ্দেশনাৱলীৰ বাবে, ইয়াত ক্লিক কৰক

    1. ডাউনল'ড আৰম্ভ কৰিবলৈ এই পৃষ্ঠাখনত থকা ডাউনল'ড বুটামটোত ক্লিক কৰক বা ড্ৰপ-ডাউন সূচীখনৰ পৰা এটা বেলেগ ভাষা পছন্দ কৰক৷
    2. নিম্নলিখিত যিকোনো এটা কৰক:
      • তাত্ক্ষণিকভাৱে ইনষ্টলেশ্বন আৰম্ভ কৰিবলৈ, ক্লিক কৰক চলাওক.
      • পৰৱৰ্তী সময়ত ইনষ্টলেশ্বনৰ বাবে আপোনাৰ কম্পিউটাৰত ডাউনল'ড সংৰক্ষণ কৰিবলৈ ক্লিক কৰক সংৰক্ষণ কৰক-ত
    • ইনষ্টলেশ্বন নিৰ্দেশনাৱলীৰ পিছৰখিনিৰ বাবে, ইয়াত ক্লিক কৰক

    • জ্ঞাত সমস্যাসমূহৰ বাবে, ইয়াত ক্লিক কৰক

অসমীয়া (ভাৰত)
আপোনাৰ গোপনীয়তা পছন্দসমূহৰ অপ্ট-আউট আইকন আপোনাৰ গোপনীয়তাৰ পছন্দসমূহ
উপভোক্তাৰ স্বাস্থ্য গোপনীয়তা Contact Microsoft Privacy & Cookies Manage cookies Terms of Use Trademarks About our ads