This is the Trace Id: 509b071fc377b1b2e4980bad9e48312b
প্ৰধান বিষয়বস্তুলৈ গুচি যাওক Azure Copilot Windows Surface Xbox Outlook Accessories Microsoft AI Microsoft Security Azure Dynamics 365 Microsoft 365 for business Microsoft Power Platform Windows 365 Developer Center Documentation Microsoft Learn Microsoft Tech Community Microsoft Marketplace Visual Studio Software companies View Sitemap

Microsoft Office স্ক্ৰীণ টিপ ভাষা

প্ৰদৰ্শন হোৱা অংশসমূহৰ পাঠ চাবলৈ স্ক্ৰীণটিপ অনুবাদ ব্যৱহাৰ কৰক- যেনে ধৰক বুটাম, মেনু আৰু সংলাপ বাকচসমূহ- অন্য ভাষাত৷

গুৰুত্বপূৰ্ণ! তলত এটা ভাষা চয়ন কৰিলে সম্পূৰ্ণ পৃষ্ঠাৰ সামগ্ৰী সেই ভাষালৈ ডাইনেমিকভাৱে সলনি হ'ব।

  • সংস্কৰণ:

    1.0

    প্ৰকাশিত তাৰিখ:

    ১৫-১১-২০২১

    ফাইলৰ নাম:

    screentiplanguage_as-in_64bit.exe

    screentiplanguage_as-in_32bit.exe

    ফাইলৰ আকাৰ:

    1.5 MB

    1.4 MB

    প্ৰদৰ্শন হোৱা অংশসমূহৰ অনুবাদ চাবলৈ স্ক্ৰীণটিপ ভাষা পৰিবৰ্তন কৰক- যেনে ধৰক বুটাম, মেনু আৰু সংলাপ বাকচসমূহ- অন্য ভাষাত, যিটো ভাষা ব্যৱহাৰকাৰীসকলে বুজি নাপায় সেই ভাষাক নেভিগেট কৰাৰ সুবিধাৰ্থে কোনো ভাষাত Microsoft Office প্ৰয়োগ ইনষ্টল কৰি থোৱা হৈছে৷


    কিছুমান ব্যৱহৃত পৰিদৃশ্যৰ উদাহৰণ হৈছে:
    • দ্বিভাষী আৰু বহুভাষী ভাষাৰ সহায়ক
    • হেল্প ইঞ্জিনিয়াৰসকলে তেওঁলোকে বুজি নোপোৱা ভাষাসমূহ বুজাত সমৰ্থন কৰিব পাৰে
    • ব্যৱহাৰকাৰী যিসকলে অস্থায়ীভাৱে বা কম সময়ৰ কাৰণে (ৰোমিং ব্যৱহাৰকাৰী) বিদেশী ভাষাত Office ব্যৱহাৰ কৰে
    • ভাগ-বতৰা কৰি থোৱা পিচি ভাষাৰ ব্যৱহাৰ
  • সমৰ্থিত অপাৰেটিং ছিষ্টেম

    Windows 7, Windows 8 Release Preview

    • সমৰ্থিত Microsoft Office প্ৰয়োগ:
        Microsoft Office Word 2013, Microsoft Office Excel 2013, Microsoft Office Outlook 2013, Microsoft Office PowerPoint 2013, Microsoft Office OneNote 2013, Microsoft Office Visio 2013, Microsoft Office Publisher 2013
    • চফট্​ৱেৰৰ প্ৰয়োজন:
        ফাইলসমূহ ইনষ্টল কৰোঁতে পূব এছীয় আৰু হিন্দী আৰু অন্য ভাষাৰ সমৰ্থনৰ প্ৰয়োজন হ’ব পাৰে৷ নিয়ন্ত্ৰণ পেনেলত থকা ‘আঞ্চলিক আৰু ভাষা বিকল্প’ ৰ জৰিয়তে এইটো কৰিব পৰা যাব৷
  • এই ডাউনলোড ইনষ্টল কৰিবলৈ:
    1. আৰম্ভ কৰিবলৈ এই পৃষ্ঠাত থকা ডাউনলোড কৰক বুটামত ক্লিক কৰক৷
    2. নিম্নোক্ত কোনো এটা কৰক:
      • ইনষ্টলেশ্বন তাত্ক্ষণিকভাৱে আৰম্ভ কৰিবলৈ, চলাওক ত ক্লিক কৰক৷
      • এই ডাউনলোড দীৰ্ঘ সময়ৰ বাবে আপোনাৰ কম্পিউটাৰত ইনষ্টলেশ্বন কৰিবৰ কাৰণে সংৰক্ষণ কৰিবলৈ, সংৰক্ষণ কৰক ক্লিক কৰক৷
      • ইনষ্টলেশ্বন ৰদ কৰিবলৈ, ৰদ কৰক ক্লিক কৰক৷

    স্ক্ৰীণ টিপ ভাষা পৰিবৰ্তন বা টাৰ্ণ অফ কৰিবলৈ:
    1. Office ফাইল বুটামত ক্লিক কৰক, বিকল্পসমূহ চয়ন কৰক, ভাষা চয়ন কৰক আৰু 'প্ৰদৰ্শন হোৱা ভাষা মিলাবলৈ' স্ক্ৰীণ টিপ ভাষা ছেট কৰক৷

    এই ডাউনলোড আঁতৰাবলৈ:
    1. আৰম্ভ কৰক মেনুৰ পৰা, নিয়ন্ত্ৰণ কক্ষ লৈ যাওক৷
    2. প্ৰ'গ্ৰামসমূহ যোগ কৰক/আঁতৰাওক ত দুবাৰ ক্লিক কৰক৷
    3. সম্প্ৰতি ইনষ্টল কৰি থোৱা প্ৰ'গ্ৰামসমূহত, Microsoft Office স্ক্ৰীণ টিপ ভাষা চয়ন কৰক আৰু তাৰপিছত আঁতৰাওক বা যোগ কৰক/আঁতৰাওক ত ক্লিক কৰক৷ যদি কোনো সংলাপ বাকচ প্ৰকট হয় তেন্তে এই প্ৰ'গ্ৰামটো আঁতৰাবলৈ নিম্নোক্ত নিৰ্দেশনাৱলী অনুসৰণ কৰক৷
    4. আপুনি প্ৰ'গ্ৰামটো আঁতৰাবলৈ বিচৰাটো নিশ্চিত কৰিবলৈ হয় বা ঠিক ত ক্লিক কৰক৷
অসমীয়া (ভাৰত)
আপোনাৰ গোপনীয়তা পছন্দসমূহৰ অপ্ট-আউট আইকন আপোনাৰ গোপনীয়তাৰ পছন্দসমূহ
উপভোক্তাৰ স্বাস্থ্য গোপনীয়তা Contact Microsoft Privacy & Cookies Manage cookies Terms of Use Trademarks About our ads