This is the Trace Id: 22b0a8a6dd949d766b2e6e29bcb908d5
প্ৰধান বিষয়বস্তুলৈ গুচি যাওক Azure Copilot Windows Surface Xbox Outlook Accessories Microsoft AI Microsoft Security Azure Dynamics 365 Microsoft 365 for business Microsoft Power Platform Windows 365 Developer Center Documentation Microsoft Learn Microsoft Tech Community Microsoft Marketplace Visual Studio Software companies View Sitemap

Windows 7 লেংগুৱেজ ইণ্টাৰফেচ পেক

Windows 7-ৰ কাৰণে এই লেংগুৱেজ ইণ্টাৰফেচ পেক (LIP) Windows 7-ৰ সৰ্বাধিক ব্যৱহৃত ক্ষেত্ৰৰ এক আংশিক অনুদিত সংস্কৰণ প্ৰদান কৰে৷

গুৰুত্বপূৰ্ণ! তলত এটা ভাষা চয়ন কৰিলে সম্পূৰ্ণ পৃষ্ঠাৰ সামগ্ৰী সেই ভাষালৈ ডাইনেমিকভাৱে সলনি হ'ব।

  • সংস্কৰণ:

    1.0

    প্ৰকাশিত তাৰিখ:

    ১৫-০৭-২০২৪

    ফাইলৰ নাম:

    LIP_as-IN-64bit.mlc

    LIP_as-IN-32bit.mlc

    ফাইলৰ আকাৰ:

    4.6 MB

    2.9 MB

    Windows লেংগুৱেজ ইণ্টাৰফেচ পেকে (LIP) Windows-ৰ বহুল ব্যৱহৃত ক্ষেত্ৰসমূহৰ আংশিকভাৱে অনুবাদ কৰা সংস্কৰণ এটাৰ যোগান ধৰে৷ LIP স্থাপন কৰাৰ পিছত, ৱিজাৰ্ডত পাঠ, সংলাপ বাকচসমূহ, মেনুসমূহ আৰু সহায় আৰু সমৰ্থন বিষয়সমূহ LIP ভাষাত প্রদৰ্শিত হ'ব৷ অনুবাদ হৈ নথকা পাঠটো Windows 7-ৰ আধাৰিত ভাষাত থাকিব৷ উদাহৰণস্বৰূপে, আপুনি যদি Windows 7-ৰ স্পেনিচ সংস্কৰণ ক্ৰয় কৰে আৰু কাতালান LIP স্থাপন কৰে, কিছু পাঠ স্পেনিচত থাকিব৷ আপুনি কোনো একক বুনিয়াদি ভাষাত এটাতকৈ অধিক LIP স্থাপন কৰিব পাৰিব৷ Windows LIP Windows 7-ৰ সকলো সংস্কৰণতে স্থাপন কৰিব পাৰে৷
  • সমৰ্থিত অপাৰেটিং ছিষ্টেম

    Windows 7

    • Microsoft Windows 7
    • Windows 7 -ৰ আৱশ্যক বুনিয়াদি ভাষাৰ স্থাপনকৰণ: ইংৰাজী ডাউনলোদৰ কাৰণে
    • 4.63 Mb মুক্ত স্থান আছেন ছেটআপৰ কাৰণে
    • 15 Mb মুক্ত স্থান আছে
  • সতর্কতা যদি আপোনাৰ BitLocker এনক্ৰিপশ্বন সক্ষম থাকে, অনুগ্ৰহ কৰি তাক LIP স্থাপন কৰাৰ আগতে বৰ্খাস্ত কৰক৷ Control Panel খোলক, System and Security নির্বাচন কৰক, তাৰপিছত BitLocker Drive EncryptionSuspend Protection-ত ক্লিক কৰক৷

    কাৰণ ইয়াত Windows 7 LIP আৰু 32-বিট আৰু 64-বিট সংসৰণৰ কাৰণে পৃথকভাৱে ডাউনলোড, আপনি ডাউনলোড আৰম্ভ কৰাৰ আগতে, আপুনি Windows 7-ৰ কোনটো সংস্কৰণ স্থাপন কৰিব তাক নিশ্চিত কৰাৰ প্ৰয়োজন: আপুনি Windows 7-ৰ কোন সংস্কৰণটো স্থাপন কৰিছে তাক নিৰ্দ্ধাৰণ কৰাৰ পদ্ধতি ইয়াত আছে:

    Start বুটামত ক্লিক কৰক তাৰপিছত কম্পিউটাৰত সোঁ-ক্লিক কৰক আৰু Properties চয়ন কৰক৷ এইটোত আপোনাৰ কম্পিউটাৰ সম্পৰ্কত সাধাৰণ তথ্য দিয়া আছে৷
    ছিষ্টেম প্ৰকাৰৰ কাৰণে ছিষ্টেম বিভাগত লক কৰক৷ এইটোৱে যদি আপোনাৰ Windows 7 অপাৰেটিং ছিষ্টেম 32-বিট অপাৰেটিং ছিষ্টেম বা 64-বিট অপাৰেটিং ছিষ্টেম হয় সংকেত দিয়ে৷

    32-বিট সংস্কৰণ স্থাপন কৰিবলৈ, আপুনি যিকোনো এটা কৰিব পাৰে:

    1. ডাউনলোড বুটাম ক্লিক কৰক, তাৰপিছত LIP স্থাপন কৰিবলৈ Open ক্লিক কৰক


    2. বা

    3. ডাউনলোড বুটাম ক্লিক কৰক
      • আপোনাৰ কম্পিউটাৰলৈ ফাইল প্ৰতিলিপি কৰিবলৈ Save ক্লিক কৰক,
      • ডাউনলোড হোৱা ফাইললৈ নেভিগ্ৰেট কৰক আৰু LIP স্থাপন কৰিবলৈ ইয়াত দুবাৰ ক্লিক কৰক

    64-বিট সংস্কৰণ স্থাপন কৰিবলৈ, আপুনি ওপৰৰ বিকল্প 2 ব্যৱহাৰ কৰিব লাগিব৷.
অসমীয়া (ভাৰত)
আপোনাৰ গোপনীয়তা পছন্দসমূহৰ অপ্ট-আউট আইকন আপোনাৰ গোপনীয়তাৰ পছন্দসমূহ
উপভোক্তাৰ স্বাস্থ্য গোপনীয়তা Contact Microsoft Privacy & Cookies Manage cookies Terms of Use Trademarks About our ads